Loading...

About AASU

সদৌ অসম ছাত্ৰ সন্থা (AASU) হৈছে অসমৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ কণ্ঠক প্ৰতিনধিত্ব কৰা এক ঐতিহাসিক অৰাজনৈতিক ছাত্ৰ সংগঠন, যি অসমীয়া জাতিৰ অধিকাৰ, পৰিচয় আৰু ভৱিষ্যৎ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ, ছাত্ৰ-ছাত্ৰীকলৰ হিতসাধন আৰু সমাজিক-ৰাজনৈতিক আন্দোলনত এই সংগঠনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আছুয়ে অসমক সুশিক্ষিত, স্বাভিমানী আৰু আত্মনির্ভৰশীল সমাজৰ দিশে অগ্ৰসৰ কৰাবলৈ সদায় সচেষ্ট।

The All Assam Students' Union (AASU) is a historic, non-political student organization that represents the voice of the students and people of Assam. It is committed to protecting the rights, identity, and future of the Assamese nation. AASU has played a significant role in educational reforms, student welfare, and various socio-political movements. The organization remains steadfast in its efforts to lead Assam toward becoming an educated, self-reliant, and dignified society.

Historical Photos of AASU

EVENTS

Media Center

Office Address & Map

Address: Swahid Bhavan, Uzanbazar, Guwahati, Assam Pin - 781001